Hiren Bhattacharyya
থাকে বুকু জুৰি by Hiren Bhattacharyya

থাকে বুকু জুৰি by Hiren Bhattacharyya

১)এন্ধাৰ তলাতল ভাঙি আহে পাখিলগা শব্দমোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰণ্ময় ৰাতি | ২)আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে দুখ,তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে | ...

0
মোৰ দেশ by Hiren Bhattacharyya

মোৰ দেশ by Hiren Bhattacharyya

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচেশ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁমোৰ যৌৱনৰ কোহেঁ-কোহেঁ ...

0
মোৰ এই শব্দবোৰ by Hiren Bhattacharyya

মোৰ এই শব্দবোৰ by Hiren Bhattacharyya

স্বপ্নৰ উদ্যান ছুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা,সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আবিস্কাৰ নাই,মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ,কাৰ কি সোৱাদ, হাতৰ ...

1
অসম্ভৱ অনুবাদ by Hiren Bhattacharyya

অসম্ভৱ অনুবাদ by Hiren Bhattacharyya

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতিমই গুচি যাম, যি কোনো অজুহাত পালে,মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰসুখ্যাতিত এই যে তোমাৰ ...

0
মোৰ আৰু পৃথিৱীৰ by Hiren Bhattacharyya

মোৰ আৰু পৃথিৱীৰ by Hiren Bhattacharyya

১ কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা ? সমুখৰ বাট জলকতবক ,বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা |কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড়শিয়াল-কুকুৰৰ ভোজ, ...

0
মোৰ বুকুত কি জ্বলে by Hiren Bhattacharyya

মোৰ বুকুত কি জ্বলে by Hiren Bhattacharyya

মোৰ বুকুত কি জ্বলে !মোৰ দুখ, মোৰ আনন্দকিহে আৰু ব্যাপক কৰি তোলে !মোৰ অনুভৱে অনুভৱেতোমাৰ প্ৰেমৰ গুণগুণ শব্দএনেকৈ ৰূৰুৱাই জ্বলে যেতাৰ ছাই ভৰি পৰেমোৰ বুকুৰ ভিতৰে-বাহিৰে |সম্ভৱত ...

0
Moon Soaked (Autumn Strophes) by Hiren Bhattacharyya

Moon Soaked (Autumn Strophes) by Hiren Bhattacharyya

IIcy autumn winds swayIn the cradle of duskLike honey bees drunk on orange blossoms.IIBetween the desire and the deferralWindswept autumn.IIIHemonta - the season of ...

0
What Is It That Burns In Me by Hiren Bhattacharyya

What Is It That Burns In Me by Hiren Bhattacharyya

What is it that burns in meThat swellsThe agony and ekstecy my heart. In all my sensesHums the tune of your loveBurns intensely thatSaturates with ashInside and out of my heart. ...

0
October Landscape by Hiren Bhattacharyya

October Landscape by Hiren Bhattacharyya

IIt's over -The orgiastic frenzy of a brutal sky.In the restive fields now rippleWave after green wave.IIThe white of the kohuaBreaks the lull of an inky sky.An autumn sky ...

0
ভোগালী by Hiren Bhattacharyya

ভোগালী by Hiren Bhattacharyya

তুমিটো জানাইএই কবিৰ আৰু একো নাই |এটাই মাথোঁ কামিজতাৰো ছিগো-ছিগো চিলাই |প্ৰেম নিশ্চয় এনেকুৱাইআৱৰণ খুলি হৃদয় জুৰাই |

0
লাঞ্ছিত সূৰ্য by Hiren Bhattacharyya

লাঞ্ছিত সূৰ্য by Hiren Bhattacharyya

ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য |ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰঅন্ধকাৰত জ্বলে কালপুৰুষৰতৰোৱাল অনিবাৰ্য | মই কবি, সীমিত মোৰ সামৰ্থ্য |আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰকৃতঘ্ন পিতলৰ সুহুৰিয়েবিপৰ্যস্ত ...

0
পৃথিৱী মোৰ কবিতা by Hiren Bhattacharyya

পৃথিৱী মোৰ কবিতা by Hiren Bhattacharyya

কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,খেতিয়কৰ ফাল যেন চোকা, সীৰলুত সোনৰ সীতা,মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,কঠিন কাঠৰ আঁহ ফলি টানি আনোঅভিজ্ঞতাৰ তেজ লগা শব্দ, চাওঁতাল মৰদৰ ...

0
প্ৰয়াত কবিৰ স্মৰণত by Hiren Bhattacharyya

প্ৰয়াত কবিৰ স্মৰণত by Hiren Bhattacharyya

বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস,সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল ?কাব্যতো নহয় সহজ পণ্য, অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ,তেজত প্ৰতিবাদ, ...

0
ৰৌদ্ৰ কামনা by Hiren Bhattacharyya

ৰৌদ্ৰ কামনা by Hiren Bhattacharyya

উজাগৰ ৰাতিসপোন দেখিছো মইফুল-আলসুৱা তোমাৰ মুখৰশইছ-সোণালী হাঁহি|অযুত তৰাৰ ঘুমটি ভাঙি যেনসূৰ্য্য আহিছে নামি|

0
Plenty by Hiren Bhattacharyya

Plenty by Hiren Bhattacharyya

You knowThis poet has nothing moreJust this one shirtComing apart at the seamsLove also is perhaps like thisUnclothing itself to sate the heart…

0
বোধন by Hiren Bhattacharyya

বোধন by Hiren Bhattacharyya

আজি মোৰএন্ধাৰতে টোপনি ভাগিল |স্বপ্নৰ পাপৰিএটি এটি কৰি সৰি পৰি ৰ'লযেন পলাতকা পৰীৰ কৰবীৰ ফুল !দেহৰ হুলত এতিয়া মোৰলাগি আছে মাটিৰ কোলাহল,আৰু, অপসৃয়্মাণ ছায়াৰ দৰেসপোনৰ কোমল কৌতূহল ...

0
সংকট দিন by Hiren Bhattacharyya

সংকট দিন by Hiren Bhattacharyya

আকালৰ চোতাল | শস্যৰ পথাৰ উদং | কিশোৰৰ হেৰালস্বপ্ন স্বাধীনতা | গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত |মূলত কি বিহ ? উছন গ'ল গাঁও | নষ্ট নগৰ |মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ | পাপ মুদ্ৰাৰ ...

0
বসন্তৰ গান by Hiren Bhattacharyya

বসন্তৰ গান by Hiren Bhattacharyya

কালি ৰাতি খুব কুৱঁলি পৰিছিল |পাহাৰতলিতএটা চৰায়ে ওৰে ৰাতিগান গাই আকাশখনক কন্দুৱাইছিল |ৰাতিপূৱা,গছে বনে, পাহাৰৰ শিখৰে শিখৰেবকুলফুলৰ দৰেগুৰি গুৰিকৈ বৰফ পৰিছিল |এটা চৰাইৰমাতত বসন্ত ...

0
শৰ-সন্ধান by Hiren Bhattacharyya

শৰ-সন্ধান by Hiren Bhattacharyya

স্বাধীনতা আৰু শান্তিৰ নামত উত্সৰ্গিতইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰতেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰেসেই ঘোঁৰাৰ খুৰাৰ ধুলিয়েচুমিছিলমোৰ এই তেজাল আকাশআৰু তাৰ প্ৰান্তৰৰ সেউজিয়া ঘাঁহ|তাৰ ...

0
স্বদেশ স্বকাল by Hiren Bhattacharyya

স্বদেশ স্বকাল by Hiren Bhattacharyya

মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন |শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,নিৰ্ভুল হোৱাৰ ইচ্ছা, সেযে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা ...

0
নাগৰিক by Hiren Bhattacharyya

নাগৰিক by Hiren Bhattacharyya

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপিসময়-শানিত তৰোৱালৰ চিক্‌মিকনিতএতিয়াও জ্বলিছে এখন পৃথিৱী -দিক্‌হাৰা হৃদয়ৰ আশ্ৰয় | কলঘৰৰ ক'লা ...

0
আহিনৰ লেণ্ডস্কেপ by Hiren Bhattacharyya

আহিনৰ লেণ্ডস্কেপ by Hiren Bhattacharyya

১)শেষ হৈ গ'ললুদ্ধ আকাশৰ হিংস্ৰ উত্সৱ |উখল মাখল পথাৰতএতিয়া বলিছে সেউজীয়া ঢল || ২)তামস আকাশখনৰস্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে |কবিতাৰো বতৰ আছেআহিনৰ আকাশে কাণে কাণে ক'লে | ...

0
কবিৰ হাতৰ ছবি by Hiren Bhattacharyya

কবিৰ হাতৰ ছবি by Hiren Bhattacharyya

১] বৰ্ষাশাল বনেৰে বৈ আহে বতাহৰকুলুকুলু বাঁহী|বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,বুকু ভৰি থাকে দুখ, দুখৰ সৰল হাঁহি|২] শীতপাতবোৰ পৰি আছে| উদং গাৰে ৰ'দ লৈছে গছবোৰে|শুকান ঘাঁহত বনকৰা পাট ...

0
প্ৰস্তাৱনা by Hiren Bhattacharyya

প্ৰস্তাৱনা by Hiren Bhattacharyya

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা |কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবানিজেই নিহত হওঁ সিহঁতৰ হাতত | মোৰতেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা |যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতকমোৰ তেজৰ ...

0
স্তবক by Hiren Bhattacharyya

স্তবক by Hiren Bhattacharyya

এতিয়া বসন্তকালফুলতকৈ কাঁইটেই ভাল|এইবুলি কৈ মোৰ কোলাতআহি পৰিলতেজৰঙা বুলবুলি এহাল !কাঁইটীয়া গোলাপৰ ডালবতাহত দোঁ খাই আহিছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |এতিয়া বসন্তকালফুলতকৈ ...

0
Failure by Hiren Bhattacharyya

Failure by Hiren Bhattacharyya

He is sitting sullenly,The pale night on his lapLike a child, just dead.Failure! I know not thy other namesThou may be a heapOf murky sky.Who knows, in which part of the ...

0
Best Selling BooksGrab Now!
+ +